Employment News in Assam

Employment News in Assam

সকলোৱে পঢ়াতো উচিত -------------------------- এটা গ্ৰুপত এজন সদস্য সোমোৱাৰ লগে লগেই গ্ৰুপৰ লক্ষ্য আৰু নিয়মাৱলীখিনি পঢ়াতো নিতান্তই প্ৰয়োজন । গোটৰ উদ্দেশ্য আৰু নিয়মাৱলী :- চাকৰি সম্বন্ধীয় বিজ্ঞাপন, শেহতীয়া আৰু লাগতিয়াল তথ্য সমূহ অসমবাসী ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যৰে এই গোটটো গঠন কৰা হৈছে । গোটত প্ৰকাশ পোৱা চাকৰি সম্বন্ধীয় প'ষ্ট সমূহ আপোনালোকে এই - website www.newsinassam.com . ফেচবুক পৃষ্ঠাটো চাব পাৰিব আৰু যেন লাইক কৰিবলৈ নাপাহৰে - https://m.facebook.com/profile.php?id=1377332225844682&ref=bookmark&_ft_ XX(বিভিন্ন লিংক, ফটো আদি আদি অহাৰ বাবেই এই গোটটোত এপ্ৰোভেল চেটিংচ লগাই থোৱা আছে, যাৰ বাবে আপোনালোকৰ লেখাবোৰ প্ৰশাসকে এপ্ৰোভাল কৰিলেহে পোষ্টবোৰ আনে দেখা পাই । গ্ৰুপটোত অলাগতিয়াল পোষ্টবোৰ Approve কৰা নজাব আৰু এই কাৰনে অজথা বিবাদ কোৰা সকলক গ্ৰুপটোৰ পৰা বাহিৰ কৰা হব I)XX লগতে জনাও যে আপোনালোকৰ চাকৰি সম্ভন্ধীয় আলোচনাৰ কাৰনে https://www.facebook.com/groups/284568838384505/ এই গ্ৰুপটোত কৰিব পাৰিব গোটৰ সৈতে জড়িত প্ৰতিজন সদস্যকে চাকৰি সম্বন্ধীয় বিজ্ঞাপন, ফলাফল, লাগতিয়াল তথ্য আদিৰ ওপৰত প'ষ্ট আৰু মন্তব্য দিবলৈ অনুৰোধ জনালোঁ । ফেচবুকৰ অন্য গোট বা পৃষ্ঠাৰ প্ৰচাৰৰ উদ্দেশ্যেৰে যেন কোনেও এই গোটটো ব্যৱহাৰ নকৰে । কোনো ব্যক্তিয়ে তেনে কৰা পৰিলক্ষিত হ'লে প্ৰয়োজন সাপেক্ষে তেওঁক গোটৰ পৰা বহিস্কাৰ কৰা হ'ব । ধন্যবাদ । Link to other blogs or groups are not to be posted. However, links to a site/page which shows us the problem or elaborate the solution should be posted. এতি বিশেষ অনুৰোধ গোটোৰ আপদেত এপৰ'ভৰ ক্ষেত্ৰত গোটতোৰ এদমিনৰ বেক্তিগত inboxত মেছেজ নকৰে যেন। গোটতোত adminৰ সিদ্ধান্তই চুৰান্ত সিদ্ধন্ত বুলি গন্য কৰা হব্ I NB:- You can take action against those people who can commenting nonsense .. From Today No Warning .. Direct Banned . No matter who are you !!!! With Regards

Join Copy Link